Assamese Abridged Explanation of the Quran
33:12 - 33:12

সেইদিনা মুনাফিকসকলে আৰু দুৰ্বল ঈমানৰ অধিকাৰী লোকসকলে সন্দেহ পোষণ কৰি কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাৰ শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, আৰু পৃথিৱীত আমাক প্ৰতিষ্ঠিত কৰাৰ যি আশ্বাস দিছিল, সেইবোৰ আছিল মিছা তথা ভিত্তিহীন।