Assamese Abridged Explanation of the Quran
33:42 - 33:42

তথা পুৱা-গধূলি তছবীহ আৰু তাহলীলৰ দ্বাৰা তেওঁৰ পৱিত্ৰতাৰ গুণগান কৰা, কিয়নো এই দুয়োটা সময় অতি গুৰুত্বপূৰ্ণ।