Assamese Abridged Explanation of the Quran
33:44 - 33:44

মুমিনসকলে যিদিনা নিজ প্ৰতিপালকক সাক্ষাৎ কৰিব, সেইদিনা তেওঁলোকক ছালামৰ দ্বাৰা অভিবাদ জনোৱা হ'ব। লগতে সকলো প্ৰকাৰ অনিষ্টৰ পৰা তেওঁলোক নিৰাপদ থাকিব। আল্লাহে তেওঁলোকৰ বাবে সন্মানজনক প্ৰতিদান (অৰ্থাৎ জান্নাত) প্ৰস্তুত কৰি ৰাখিছে। এইটো হৈছে আনুগত্য আৰু পাপকৰ্মৰ পৰা বিৰত থকাৰ প্ৰতিদান।