Assamese Abridged Explanation of the Quran
35:35 - 35:35

তেৱেঁই নিজ অনুগ্ৰহত আমাক চিৰস্থায়ী বাসস্থানত অৱতৰণ কৰাইছে, এই ক্ষেত্ৰত আমাৰ কোনো শক্তি সামৰ্থ নাছিল। য’ত আমাক ক্লান্তিও স্পৰ্শ নকৰিব আৰু আমি ভাগৰিও নপৰিম।