Assamese Abridged Explanation of the Quran
52:9 - 52:9

যিদিনা আকাশমণ্ডল প্ৰবলভাৱে প্ৰকম্পিত হ’ব, কিয়ামতৰ আগজাননীস্বৰূপে।