Assamese Abridged Explanation of the Quran
53:36 - 53:36

নে সি আল্লাহৰ ওপৰত মিছা আৰোপ কৰি আছে? আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা এই ব্যক্তিক মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থত যি লিখা আছে সেই সম্পৰ্কে অৱগত কৰা হোৱা নাই নেকি?