Assamese Abridged Explanation of the Quran
56:77 - 56:77

হে মানৱসমাজ! তোমালোকৰ সন্মুখত তিলাৱত কৰা এই কোৰআন হৈছে সন্মানিত কোৰআন। কাৰণ ইয়াৰ মাজত আছে বহু ধৰণৰ মহা উপকাৰিতা।