Assamese Abridged Explanation of the Quran
56:78 - 56:78

এইখন সংৰক্ষিত আছে মানৱ দৃষ্টিৰ পৰা আঁতৰত থকা এখন গ্ৰন্থত। সেইখন হৈছে লাওহে মাহফূজ।