Assamese Abridged Explanation of the Quran
56:85 - 56:85

তেতিয়া আমি আমাৰ জ্ঞান, ক্ষমতা আৰু ফিৰিস্তাসকলৰ মাধ্যমত তোমালোকতকৈও অধিক তোমালোকৰ মৃত ব্যক্তিৰ নিকটৱর্তী থাকোঁ। কিন্তু তোমালোকে সেই ফিৰিস্তাসকলক দেখা নোপোৱা।