Assamese Abridged Explanation of the Quran
56:90 - 56:91

যদি মৃত ব্যক্তি সোঁপন্থীসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে তেওঁলোককলৈ আপুনি চিন্তা নকৰিব। কিয়নো, তেওঁলোকৰ বাবে আছে শান্তি আৰু নিৰাপত্তা।