Assamese Abridged Explanation of the Quran
56:95 - 56:95

হে নবী! আমি আপোনাক যি ঘটনা বৰ্ণনা কৰিছোঁ; সেইটো এনেকুৱা সত্য য’ত কোনো ধৰণৰ সন্দেহ নাই।