Assamese Abridged Explanation of the Quran
56:96 - 56:96

গতিকে আপুনি নিজ প্ৰতিপালকৰ মহান নামৰ পৱিত্রতা বৰ্ণনা কৰক, আৰু তেওঁক দোষ-ত্ৰুটিৰ পৰা মুক্ত ঘোষণা কৰক।