Assamese Abridged Explanation of the Quran
57:2 - 57:2

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব এককভাৱে কেৱল তেওঁৰেই। তেৱেঁই যাক ইচ্ছা কৰে জীৱিত ৰাখে, আৰু যাক মৃত্যু প্ৰদান কৰিব বিচাৰে, তাক মৃত্যু প্ৰদান কৰে। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান; একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।