Assamese Abridged Explanation of the Quran
62:3 - 62:3

এই ৰাছুলক আন আন আৰবীয়ান তথা অনাৰবীয়ান সকলৰ ওচৰলৈয়ো প্ৰেৰণ কৰিছে, যিসকলে এতিয়াও আগমন কৰা নাই, কিন্তু শীঘ্ৰেই আহিব। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি, চৰীয়ত প্ৰণয়ন আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।