Assamese Abridged Explanation of the Quran
62:4 - 62:4

উক্ত বিষয়টো (অৰ্থাৎ আৰব তথা অনাৰবসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰাটো) হৈছে আল্লাহৰ এটা অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। আল্লাহ অত্যন্ত অনুগ্ৰহকাৰী। তেওঁৰ অন্যতম এটা ডাঙৰ অনুগ্ৰহ হৈছে এই উম্মতৰ সকলোকে সামৰি ৰাছুল প্ৰেৰণ কৰা।