Assamese Abridged Explanation of the Quran
62:7 - 62:7

সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব, বৰং সিহঁতে কৰা পাপ, অন্যায়-অত্যাচাৰ তথা তৌৰাতত পৰিবৰ্তন-পৰিবৰ্ধন আৰু বিকৃত কৰাৰ কাৰণে সদায় পৃথিৱীতেই থাকিব বিচাৰিব। আল্লাহে অত্যাচাৰীসকলৰ বিষয়ে ভালদৰে অৱগত। সিহঁতৰ কোনো আমল তেওঁৰ পৰা গোপন নহয় আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।