Assamese Abridged Explanation of the Quran
67:4 - 67:4

আকৌ বাৰে বাৰে চোৱা, তোমাৰ দৃষ্টি আকাশৰ সৃজনত কোনো ত্ৰুটি অথবা অপূৰ্ণতা নেদেখাকৈ তুচ্ছ আৰু ব্যৰ্থ হৈ তোমাৰ ফালে ওভতি আহিব। অথবা তাৰ স্থিতি এনেকুৱা হব যে, সেয়া এনেকুৱা ক্লান্ত হব যে, একোৱে গমেই নাপাব।