Assamese Abridged Explanation of the Quran
67:9 - 67:9

আৰু কাফিৰ বিলাকে কবঃ কিয় নহয়, আমাৰ ওচৰত ৰাছুল আহিছিল। যিয়ে আমাক আল্লাহৰ শাস্তিৰ ভয় প্ৰদৰ্শন কৰাইছিল। কিন্তু আমি তাক অস্বীকাৰ কৰিছিলো আৰু তাক কৈছিলোঃ আল্লাহ তাআলাই কোনো প্ৰত্যাদেশ (অহী) অৱতীৰ্ণ কৰা নাই। হে ৰাছুল, তুমি সত্যৰ পৰা বহুত দূৰত আছা।