Assamese Abridged Explanation of the Quran
67:27 - 67:27

যেতিয়া ক্বিয়ামতৰ দিনা সিহঁতৰ ওচৰত সেই প্ৰতিশ্ৰুতি আহি যাব যাৰ বিষয়ে সিহঁতক কথা দিয়া হৈছিল আৰু সিহঁতে তাক নিজৰ চকুৰ আগত দেখিবলৈ পাব তেতিয়া কাফিৰ বিলাকৰ মুখ মণ্ডল ম্লান হৈ পৰিব আৰু সিহঁতক কোৱা হ’বঃ এয়া সেইটোৱে যিটো তোমালোকে পৃথিৱীত বিচাৰি আছিলা আৰু খৰখেদা কৰিছিলা।