Assamese Abridged Explanation of the Quran
72:8 - 72:8

আৰু আমি আকাশৰ খবৰ লবলৈ প্ৰয়াস কৰিছিলো। কিন্তু আমি আকাশত ফিৰিস্তা সকলৰ মজবুত প্ৰহৰী নিৰ্ধাৰিত কৰা পালো। যিসকলে এই কাৰণে পহৰা দি আছে যে, যাতে কোনেও চুৰকৈ গোপনভাৱে কোনো কথা শ্ৰৱণ কৰিব নাপায়। যিটো আমি কৰি আছিলো। আৰু আকাশক উল্কাপিণ্ডৰে ভৰাই ৰাখিছে। সেইবোৰৰ দ্বাৰা আকাশৰ ওচৰলৈ যোৱা সকলৰ প্ৰতি নিক্ষেপ কৰা হয়।