Assamese Abridged Explanation of the Quran
72:10 - 72:10

আৰু আমি নাজানো এই কঠোৰ প্ৰহৰী দিয়াৰ কাৰণ কি। ইয়াৰ দ্বাৰা পৃথিৱীবাসী সকলৰ অমঙ্গল বিচৰা হৈছে নেকি, নে আল্লাহে সিহঁতৰ বাবে মঙ্গল বিচাৰিছে? কিয়নো আকাশৰ খবৰৰ সম্পৰ্ক আমাৰ পৰা বিচ্ছন্ন হৈছে।