Assamese Abridged Explanation of the Quran
72:12 - 72:12

আৰু আমাৰ বিশ্বাস হৈ গৈছে যে, যদি আল্লাহে আমাৰ লগত কিবা কৰাৰ ইচ্ছা কৰে তেন্তে আমি তাক পৰাজয় কৰিব নোৱাৰিম আৰু তাৰ পৰা পলাবও নোৱাৰিম। কিয়নো তেওঁ আমাক পৰিবেষ্টন কৰি আছে।