Assamese Abridged Explanation of the Quran
75:21 - 75:21

আৰু তোমালোকে পৰকালক এৰি দিয়া। যিটো আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষিদ্ধ বস্তুৰ পৰা বিৰত থাকি অৰ্জন কৰিব পৰা যায়।