Assamese Abridged Explanation of the Quran
75:25 - 75:25

আৰু সিহঁতৰ বিশ্বাস হৈ যাব যে, সিহঁতৰ প্ৰতি ডাঙৰ আৰু কঠোৰ শাস্তি আহিব।