Assamese Abridged Explanation of the Quran
75:31 - 75:31

এতেকে কাফিৰ বিলাকে কেৱল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰাই নহয় বৰং পৱিত্ৰ আল্লাহৰ ছালাতো আদায় কৰা নাছিল।