Assamese Abridged Explanation of the Quran
75:33 - 75:33

তাৰ পিছত এই কাফিৰ অহংকাৰ কৰি উদ্ধত অৱস্থাত নিজৰ পৰিয়ালৰ ওচৰত গৈছিল।