Assamese Abridged Explanation of the Quran
75:35 - 75:35

তাৰ পিছত আল্লাহে এই বাক্য গুৰুত্ব দিয়াৰ বাবে দুহাৰিছে। সেয়ে কৈছেঃ (আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ।)