Assamese Abridged Explanation of the Quran
75:38 - 75:38

তাৰ পিছত সেইটো ৰক্তপিণ্ডত পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম আৰু সম্পূৰ্ণ মানুহ বনায়।