Assamese Abridged Explanation of the Quran
78:35 - 78:35

তেওঁলোকে জান্নাতত কোনো অনাৰ্থক আৰু মিছা কথা নুশুনিব লগতে কোনেও কাকো মিছা কথা নকব।