Assamese Abridged Explanation of the Quran
78:36 - 78:36

যিয়ে আকাশ আৰু পৃথিৱী তথা এই দুয়োৰ মাজত অৱস্থিত সকলো বস্তুৰ পালনকৰ্তা তেওঁ ইহকাল আৰু পৰকাল দুয়ো স্থানতে কৰুণাময়। পৃথিৱী আৰু আকাশৰ সকলোৱে আল্লাহৰ অনুমতি অবিহনে একুৱে কৰিব নোৱাৰিব।