Assamese Abridged Explanation of the Quran
83:3 - 83:3

আৰু যেতিয়া মানুহক দিয়ে তেতিয়া জোখ-মাখত কমকৈ দিয়ে। আচলতে ৰাছুল চাল্লাল্লাহু আলাইহি অছল্লামে যেতিয়া মদিনালৈ হিজৰত কৰিছিল তেতিয়া মদীনাবাসীৰ এনেকুৱা অৱস্থা আছিল।