Assamese Abridged Explanation of the Quran
87:6 - 87:6

হে ৰাছুল! অনতিপলমে আমি আপোনাক কোৰআন পাঠ কৰাম আৰু আপোনাৰ অন্তৰত বহাই দিম তাৰ পিছত আপুনি তাক কেতিয়াও নাপাৰিব। গতিকে আপুনি জিব্ৰীলৰ আগে আগে কোৰআন নপঢ়িব, যিদৰে আপুনি পাহৰি যোৱাৰ ভয়ত আগে আগে পঢ়ে।