A translation of every ayah of the Quran in Assamese.
Shaykh Rafeequl Islam Habibur-Rahman translation for Surah Ar-Rum — Ayah 1
আলিফ-লাম-মীম।1
Footnotes
-
[1]
এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।