Shaykh Rafeequl Islam Habibur-Rahman

Ayah by Ayah

Tags

Download Links

A translation of every ayah of the Quran in Assamese.

Shaykh Rafeequl Islam Habibur-Rahman translation for Surah Sad — Ayah 1

38:1
صٓۚ وَٱلۡقُرۡءَانِ ذِي ٱلذِّكۡرِ ١
চ’দ,1 শপত উপদেশপূৰ্ণ কোৰআনৰ (নিশ্চয় তুমি সত্যবাদী)!
Footnotes
  • [1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।