Shaykh Rafeequl Islam Habibur-Rahman

Ayah by Ayah

Tags

Download Links

Shaykh Rafeequl Islam Habibur-Rahman translation for Surah Qaf — Ayah 1

50:1
قٓۚ وَٱلۡقُرۡءَانِ ٱلۡمَجِيدِ ١
ক্বা-ফ,1 শপত সন্মানিত কোৰআনৰ!
Footnotes
  • [1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।