Shaykh Rafeequl Islam Habibur-Rahman

Ayah by Ayah

Tags

Download Links

Shaykh Rafeequl Islam Habibur-Rahman translation for Surah Al-Qalam — Ayah 1

68:1
نٓۚ وَٱلۡقَلَمِ وَمَا يَسۡطُرُونَ ١
নূন;1 কলমৰ শপত আৰু তেওঁলোকে (ফিৰিস্তাসকলে) যি লিখে তাৰ শপত!
Footnotes
  • [1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।