Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 12

وَقَالَ ٱلَّذِينَ كَفَرُواْ لِلَّذِينَ ءَامَنُواْ ٱتَّبِعُواْ سَبِيلَنَا وَلۡنَحۡمِلۡ خَطَٰيَٰكُمۡ وَمَا هُم بِحَٰمِلِينَ مِنۡ خَطَٰيَٰهُم مِّن شَيۡءٍۖ إِنَّهُمۡ لَكَٰذِبُونَ ١٢
যিসকল লোকে এককভাৱে আল্লাহৰ প্ৰতি ঈমান আনিছে, কাফিৰসকলে তেওঁলোকক কয়ঃ তোমালোকে আমাৰ ধৰ্ম আৰু আমাৰ পথৰ অনুসৰণ কৰা, আমি তোমালোকৰ গুনাহৰ বোজা বহন কৰিম, লগতে তোমালোকৰ শাস্তিও আমি সহ্য কৰিম। অথচ সিহঁতে কেতিয়াও সিহঁতৰ গুনাহৰ বোজা বহন নকৰিব আৰু সিহঁত নিজৰ এই দাবীতো মিছলীয়া।