Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 47

وَبَشِّرِ ٱلۡمُؤۡمِنِينَ بِأَنَّ لَهُم مِّنَ ٱللَّهِ فَضۡلٗا كَبِيرٗا ٤٧
তথা মুমিনসকলৰ মাজৰ যিসকলে আল্লাহৰ চৰীয়ত মতে আমল কৰিব তেওঁলোকক আনন্দদায়ক সুসংবাদ দিয়ক যে, আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। পৃথিৱীত পাবলগীয়া সহায় আৰু আখিৰাতৰ সফলতা অৰ্থাৎ জান্নাত, এই প্ৰতিদানৰেই অন্তৰ্ভুক্ত।