Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah An-Najm — Ayah 28

وَمَا لَهُم بِهِۦ مِنۡ عِلۡمٍۖ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّۖ وَإِنَّ ٱلظَّنَّ لَا يُغۡنِي مِنَ ٱلۡحَقِّ شَيۡـٔٗا ٢٨
অথচ এই নাৰীবাচক নামকৰণৰ সপক্ষে সিহঁতৰ ওচৰত কোনো ধৰণৰ নিৰ্ভৰযোগ্য জ্ঞান নাই। এইক্ষেত্ৰত সিহঁতে কেৱল ভ্ৰম আৰু অনুমানৰহে অনুকৰণ কৰে। অনুমানে সত্যৰ স্থান লোৱাতো দূৰৰ কথা, সত্যৰ কাষ চাপিবও নোৱাৰে।