Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah An-Najm — Ayah 37

وَإِبۡرَٰهِيمَ ٱلَّذِي وَفَّىٰٓ ٣٧
আৰু ইব্ৰাহীম আলাইহিচ্ছালামৰ ছহীফাত লিখা বাণী সম্পৰ্কে, যিজনে তেওঁৰ প্ৰতিপালকে অৰ্পন কৰা সকলো দায়িত্ব পালন কৰিছিল তথা পূৰণ কৰিছিল।