Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Waqi'ah — Ayah 79

لَّا يَمَسُّهُۥٓ إِلَّا ٱلۡمُطَهَّرُونَ ٧٩
পাপ-পঙ্কিলতা আৰু দোষ-ত্ৰুটিৰ পৰা পৰিস্কাৰ ফিৰিস্তাসকলৰ বাহিৰে আন কোনেও ইয়াক স্পৰ্শ কৰিব নোৱাৰে।