Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Waqi'ah — Ayah 87

تَرۡجِعُونَهَآ إِن كُنتُمۡ صَٰدِقِينَ ٨٧
যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ সন্মুখত ওলাই যোৱা এই প্ৰাণক কিয় ঘূৰাই আনিব নোৱাৰা?! প্ৰকৃততে তোমালোকে এইটো কৰিবলৈ সক্ষম নহয়।