Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Waqi'ah — Ayah 92

وَأَمَّآ إِن كَانَ مِنَ ٱلۡمُكَذِّبِينَ ٱلضَّآلِّينَ ٩٢
পক্ষান্তৰে যদি মৃত ব্যক্তি ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা বিষয়ৰ প্ৰতি মিথ্যাৰোপকাৰী হয় তথা সৰল পথৰ পৰা পথভ্রষ্ট হয়।