Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Mulk — Ayah 1

تَبَٰرَكَ ٱلَّذِي بِيَدِهِ ٱلۡمُلۡكُ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ ١
সকলো কল্যাণ আৰু বৰকত কেৱল সেই আল্লাহৰ হাতত, যাৰ হাতত সকলো সাম্ৰাজ্য। আৰু তেওঁ সকলো বস্তুৰ ক্ষমতা ৰাখে। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।