Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Mulk — Ayah 12

إِنَّ ٱلَّذِينَ يَخۡشَوۡنَ رَبَّهُم بِٱلۡغَيۡبِ لَهُم مَّغۡفِرَةٞ وَأَجۡرٞ كَبِيرٞ ١٢
যিসকলে একান্ত অৱস্থাত আল্লাহক ভয় কৰে তেওঁলোকৰ বাবে আছে গুনাহৰ পৰা মুক্তি আৰু ডাঙৰ পৰিণাম অৰ্থাৎ জান্নাত আছে।