Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Mulk — Ayah 29

قُلۡ هُوَ ٱلرَّحۡمَٰنُ ءَامَنَّا بِهِۦ وَعَلَيۡهِ تَوَكَّلۡنَاۖ فَسَتَعۡلَمُونَ مَنۡ هُوَ فِي ضَلَٰلٖ مُّبِينٖ ٢٩
হে ৰাছুল, এই মুশ্বৰিক বিলাকক কৈ দিয়কঃ তেৱেঁই পৰম কৰুণাময় যিয়ে তোমালোকক কেৱল তেওঁৰ উপাসনাৰ ফালে আহ্বান কৰি আছে। আমি তেওঁৰ ওপৰতেই বিশ্বাস স্থাপন কৰিছো। আৰু কেৱল তেওঁৰ ওপৰতেই সকলো কামৰ নিৰ্ভৰ কৰো। সেয়েহে তোমালোকে নিশ্চিতৰূপে জানিবলৈ পাবা যে কোন স্পষ্ট পথভ্ৰষ্টতাত আছে আৰু কোন সঠিক পথত আছে।