Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Mulk — Ayah 3

ٱلَّذِي خَلَقَ سَبۡعَ سَمَٰوَٰتٖ طِبَاقٗاۖ مَّا تَرَىٰ فِي خَلۡقِ ٱلرَّحۡمَٰنِ مِن تَفَٰوُتٖۖ فَٱرۡجِعِ ٱلۡبَصَرَ هَلۡ تَرَىٰ مِن فُطُورٖ ٣
যিয়ে স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে, কোনো আকাশ তাৰ ওপৰত বা তলত থকা আকাশৰ লগত সংযোগ হোৱা নাই। হে দৰ্শনকাৰীসকল, তোমালোকে আল্লাহৰ সৃষ্টিত কোনো বিসংগতি আৰু অসমতা দেখিবলৈ নাপাবা।