Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Jinn — Ayah 5

وَأَنَّا ظَنَنَّآ أَن لَّن تَقُولَ ٱلۡإِنسُ وَٱلۡجِنُّ عَلَى ٱللَّهِ كَذِبٗا ٥
আৰু আমি ভাবিছিলো যে, মুশ্বৰিক জিন আৰু মানুহে যিহেতু কৈছিল যে, আল্লাহৰ স্ত্ৰী আৰু সন্তান আছে, সেয়া কোনো অসত্য কথা নহয়। এই কাৰণেই আমি সিহঁতৰ পথৰ অনুকৰণ কৰি সিহঁতৰ কথা সত্য বুলি ভাবিছিলো।