Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Jinn — Ayah 7

وَأَنَّهُمۡ ظَنُّواْ كَمَا ظَنَنتُمۡ أَن لَّن يَبۡعَثَ ٱللَّهُ أَحَدٗا ٧
হে জিন, যিদৰে তোমালোকে ভাবিছিলা তেনেদৰে মানৱ সকলেও ভাবিছিল যে আল্লাহে কাৰো মৃ্ত্যুৰ পিছত হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে কেতিয়াও জীৱিত নকৰিব।