Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Qiyamah — Ayah 22

وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ ٢٢
সিদিনাখন মুমিনসকল আৰু ভাগ্যৱান লোকৰ মুখমণ্ডল উজ্জ্বল হ'ব। তাৰ পৰা জ্যোতি প্ৰবাহিত হব।